Skip to content

যিহোৱাৰ সাক্ষীসকলৰ সভা

আমাৰ সভাবোৰৰ বিষয়ে জানক। আপোনাৰ ওচৰৰ ৰাজ্যগৃহ বিচাৰক।

আপোনাৰ ওচৰৰ স্থান বিচাৰক (opens new window)

আমাৰ সভাবোৰত কি হয়?

যিহোৱাৰ সাক্ষীসকলৰ সভাবোৰ সপ্তাহত দুবাৰকৈ হয়। (ইব্ৰী ১০:২৪, ২৫) এই সভাবোৰত বাইবেলে কি বৰ্ণনা কৰিছে আৰু ইয়াৰ শিক্ষাবোৰ কিদৰে আমাৰ জীৱনত পালন কৰিব পাৰি, তাৰ বিষয়ে আলোচনা কৰা হয়। এই সভাবোৰত সকলোৱে উপস্থিত হʼব পাৰে।

আমাৰ প্ৰায়বোৰ সভাত শ্ৰোতাসকলে ভাগ লʼব পাৰে আৰু তেওঁলোকে নিজ ইচ্ছাৰে ভাগ লয়। সকলো সভাহৰ আৰম্ভণি আৰু সমাপ্তি গীত আৰু প্ৰাৰ্থনাৰ যোগেদি কৰা হয়।

আপুনি এজন যিহোৱাৰ সাক্ষী নহʼলেও এই সভাহবোৰত আহিব পাৰে। আমি সকলোকে ইয়াত উপস্থিত হʼবলৈ অনুৰোধ কৰোঁ। এই সভাবোৰত উপস্থিত হʼবলৈ কোনোধৰণৰ টকা-পইচা লোৱা নহয়।