Skip to content

বাইবেলৰ ইতিহাস

বাইবেলখন ঈশ্বৰৰপৰা হয় বুলি আমি কেনেকৈ নিশ্চিত হ’ব পাৰোঁ?

যদি বাইবেলখন ঈশ্বৰৰপৰা হয়, তেনেহ’লে এইখন আন কিতাপবোৰতৈ বেলেগ হোৱা উচিত।

বাইবেলৰ বাৰ্তাত সাল-সলনি কৰা হৈছেনে?

যিহেতু বাইবেলখন বহুত পুৰণি কিতাপ, সেইবাবে ইয়াৰ কোনো সাল-সলনি নোহোৱাকৈ আমি লাভ কৰিছোঁ বুলি কি প্ৰমাণ আছে?