২০১৮ চনৰ অধিৱেশনৰ কাৰ্য্যক্ৰম

২০১৮ চনৰ যিহোৱাৰ সাক্ষীসকলৰ সাহসী হওক! অধিৱেশনৰ কাৰ্য্যক্ৰম।

শুক্ৰবাৰ

এই দিনৰ কাৰ্য্যক্ৰম যিহোচূৱা ১:৭ পদৰ ওপৰত আধাৰিত—‘বলৱান আৰু অতিশয় সাহিয়াল হওক।’

শনিবাৰ

আমি ভয় নকৰাকৈ ঈশ্বৰৰ বাক্য কেনেকৈ আনক জনাব পাৰোঁ?

দেওবাৰ

ভৱিষ্যতে হ’বলগীয়া ঘটনাবোৰৰ বাবে যিহোৱা ঈশ্বৰৰ লোকসকলক সাহসী হোৱাৰ প্ৰয়োজন হ’ব।

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনৰ বাবে প্ৰয়োজনীয় সূচনা লাভ কৰক।