২০২০-২০২১ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত

চাৰ্কিট সন্মিলনত কাৰ্য্যক্ৰমখন ব্যৱহাৰ কৰক। এই সন্মিলনৰ বিষয় হৈছে, “যিহোৱাৰ মনক আনন্দিত কৰক!”

যিহোৱাৰ মনক আনন্দিত কৰক!

চাৰ্কিট ওভাৰচিয়াৰৰ লগত হোৱা চাৰ্কিট সন্মিলনৰ ৰাতিপুৱা আৰু আবেলিৰ কাৰ্য্যক্ৰম।

এই প্ৰশ্নবোৰৰ উত্তৰ জানক

এই প্ৰশ্নবোৰৰ উত্তৰ কাৰ্য্যক্ৰম হৈ থকাৰ সময়ত দিয়া হʼব।