২০২৪ শুভবাৰ্তা ঘোষণা কৰক! অধিৱেশনৰ কাৰ্য্যক্ৰম

শুক্ৰবাৰ

শুক্ৰবাৰৰ কাৰ্য্যক্ৰম লূক ২:১০-ৰ ওপৰত আধাৰিত—‘এটা ভাল খবৰ যাৰ পৰা সকলোৱে বহুত আনন্দিত হʼব।’

শনিবাৰ

শনিবাৰৰ কাৰ্য্যক্ৰম গীতমালা ৯৬:২-ৰ ওপৰত আধাৰিত—“দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা।”

দেওবাৰ

দেওবাৰৰ কাৰ্য্যক্ৰম মথি ২৪:১৪-ৰ ওপৰত আধাৰিত—“. . . আৰু ইয়াৰ পাছতহে অন্ত আহিব।”

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

You May Also Like

আমাৰ বিষয়ে

২০২৪ চনৰ শুভবাৰ্তা ঘোষণা কৰক অধিৱেশনত উপস্থিত হওক।

এই বছৰৰ যিহোৱাৰ সাক্ষীসকলৰ তিনিদিনীয়া অধিৱেশনলৈ আমি আপোনাক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ।

অধিৱেশন

আপোনাক নিমন্ত্ৰণ কৰা হৈছে: ২০২৪ চনৰ শুভবাৰ্তা ঘোষণা কৰক! যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন

এই বছৰৰ যিহোৱাৰ সাক্ষীসকলৰ তিনিদিনীয়া অধিৱেশনলৈ আমি আপোনাক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ।

অধিৱেশন

ভিডিঅʼ ড্ৰামাৰ এক আভাস: জগতলৈ সত্য পোহৰ আহে

যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ১-ৰ এক আভাস চাওক। এই খণ্ড ২০২৪ চনৰ অধিৱেশনত দেখুৱা হʼব।