Skip to content

Skip to table of contents

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল

১৯১৪ চনত ঈশ্বৰৰ ৰাজ্যই স্বৰ্গত শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু ‘শেষ-কাল’ আৰম্ভ হʼল। (২ তীমথিয় ৩:১) মন কৰক যে এই বিষয়ে বাইবেলৰ ভৱিষ্যতবাণীবোৰে কি প্ৰমাণ দিয়ে।