Skip to content

Skip to table of contents

গীত নং ২৮

যিহোৱাৰ বন্ধু হোৱা

যিহোৱাৰ বন্ধু হোৱা

(গীতমালা ১৫)

  1. ১. কোন হয় তো-মাৰ ব-ন্ধু?

    কোন হয় তো-মাৰ আ-পোন?

    কাক তু-মি ভা-বা নি-জৰ বু-লি?

    এ-বাৰ তু-মি কো-ৱা?

    যি জ-নে শু-নে মাত,

    নি-ৰ্ভৰ ক-ৰে তো-মাক,

    স-দায় যি মা-নে ক-থা তো-মাৰ,

    যি-জন হয় বি-শ্বা-সী।

  2. ২. কোন হয় তো-মাৰ ব-ন্ধু?

    মি-ন-তি কাৰ শু-না?

    কো-নে ক-ৰে আ-ন-ন্দিত তো-মাক?

    কাৰ নাম তো-মাৰ প্ৰি-য়?

    যি জ-নে কয় স-চাঁ;

    গায় তো-মাৰ গুণ স-দায়

    যি জ-নে ক-থা শু-নে স-দায়,

    ক-পট নাই যাৰ ম-নত।

  3. ৩. যাঃ তো-মাক কওঁ আ-মি,

    ম-নৰ ক-থা আ-মাৰ

    স-দা-য়ে দে-খু-ৱা বাট তু-মি,

    কা-ষত আ-মাক ৰা-খা।

    যি ক-ৰোঁ ভুল আ-মি,

    পা-হ-ৰা তাক তু-মি।

    প্ৰে-মে-ৰে শি-ক্ষা দি-য়া তু-মি,

    ক-ৰোঁ গুণ-গান তো-মাৰ।

(গীত. ১৩৯:১; ১ পিত. ৫:৬, ৭ পদবোৰো চাওক।)