Skip to content

Skip to table of contents

সচেতন থাকক! No. 1 2021 | সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?

আমি সকলোৱে সুখ আৰু শান্তিৰে জীয়াই থাকিব বিচাৰোঁ। আনন্দেৰে জীয়াই থাকিবলৈ আমি কি কৰিব লাগিব, তাৰ বিষয়ে জানক।

 

সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে?

ঈশ্বৰে আমাক ভাল পৰামৰ্শ দিছে, সেইবোৰ পালন কৰিলে আমি বৰ্তমান আৰু ভৱিষ্যতে আনন্দেৰে জীয়াই থাকিব পাৰিম।

পৰিয়ালৰ সুখ-শান্তিৰ বাবে ভাল পৰামৰ্শ

পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ স্বামী, পত্নী, পিতৃ-মাতৃ আৰু লʼৰা-ছোৱালীয়ে কি কৰিব পাৰে?

সকলোৰে লগত কেনেকৈ ভাল সম্পৰ্ক বজাই ৰাখিব পাৰি?

সকলোৰে লগত শান্তি বজাই ৰাখিবলৈ আমাক কি গুণবোৰ সহায় কৰিব?

সুখ আৰু সন্তুষ্টি কেনেকৈ লাভ কৰিব পাৰি?

জীৱনত আনন্দত থাকিবলৈ আৰু আমাৰ ওচৰত যি আছে, তাতে সন্তুষ্ট হৈ থাকিবলৈ আমি কি কৰা উচিত?

এক ভাল ভৱিষ্যতৰ আশা

ঈশ্বৰে এক ভাল ভৱিষ্যতৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে। ভৱিষ্যতে তেওঁ কি কি কৰিব, তাৰ বিষয়ে জানক।

ঈশ্বৰৰ বিষয়ে ভালদৰে জানক

ঈশ্বৰে নিজৰ বিষয়ে পবিত্ৰ শাস্ত্ৰত যি উল্লেখ কৰিছে, তাৰ বিষয়ে জানিলে আপুনি তেওঁৰ কাষত অনুভৱ কৰিব। আপুনি তেওঁৰ বিষয়ে বেছিকৈ জানিব বিচাৰেনে?

আপুনি ঈশ্বৰৰ পৰামৰ্শ লাভ কৰিব পাৰে

ঈশ্বৰে যি জ্ঞানৰ বিষয়ে লিখাইছে, তাৰ বিষয়ে জনাটো ঈশ্বৰে বিচাৰে। আপুনি ঈশ্বৰৰ পৰামৰ্শ ভাল কৰিব বিচাৰেনে?

আপুনি বেছিকৈ জানিব বিচাৰেনে?

ভিডিঅʼ, লʼৰা-ছোৱালীৰ বাবে কাৰ্টুন, লেখ আৰু ইণ্টাৰভিউ চাওক, যʼত ভাল পৰামৰ্শ দিয়া হৈছে। ইয়াক পালন কৰিলে আমি সঠিক নিৰ্ণয় লʼব পাৰিব আৰু আনন্দত থাকিব পাৰিব।